অন্তিম যাত্ৰাঅন্তিম সংস্কাৰ

অন্তিম শয়ন (Assamese) [ Roman: on.tim xo.yon]
Contributed by: Mousumi Konwar on 2023-01-11
Ref: সমাৰ্থ শব্দকোষ - ড° প্ৰফুল্ল কটকী
1. (Common Noun) the bed on which a person dies/is dying. যিখন বিছনা বা শোৱা পাটীত কাৰোবাৰ মৃত্যু হৈছে বা মৃত্যু হওঁ হওঁ অৱস্থাত আছে৷